ক্ৰন্দসী (Krondoxi)

ক্ৰন্দসী (Krondoxi)

NE8 News Podcast

07/10/2021 1:05PM

Episode Synopsis "ক্ৰন্দসী (Krondoxi)"

সতী..... ঘৰুৱা নিৰ্যাতনৰ বলি হোৱা এগৰাকী নাৰীয়ে অভিনয়ৰ জগতত কেনেদৰে সতীত্বৰ আখৰা কৰিব পাৰে...! ত্যাগ বোৰ কেতিয়াবা মূল্যহীন হৈ পৰে, নে মূল্যবোৰ বিষাদ হৈ নামি আহে ? "জয়মতী" নাটকৰ আখৰাস্থলীত সতী‌ জয়মতী চৰিত্ৰত অভিনয় কৰা এগৰাকী নাৰীয়ে ঘৰত গৈ কেনেদৰে স্বামীৰ নিৰ্যাতনৰ বলি হ'ব লগীয়া হয়, তাৰ এক কথোপকথনৰ নাটকীয় ৰূপ এই "ক্ৰন্দসী"কাহিনী: মণিমুগ্ধ ৰাজকোঁৱৰপৰিকল্পনা: মণিমুগ্ধ ৰাজকোঁৱৰ, প্ৰাঞ্জল প্ৰতিম মহন্ত আৰু ডেইজী চেতিয়াপৰিচালনা: প্ৰাঞ্জল প্ৰতিম মহন্তসংগীত পৰিচালনা: মণিমুগ্ধ ৰাজকোঁৱৰ ব্যৱস্থাপনা: ডেইজী চেতিয়াসংলাপ: মণিমুগ্ধ ৰাজকোঁৱৰ, প্ৰাঞ্জল প্ৰতিম মহন্ত আৰু অম্লানদ্বীপ শইকীয়াচৰিত্ৰ সমূহ:বৰফুকন : প্ৰাঞ্জল প্ৰতিম মহন্ত চাউদাং বৰুৱা : মণিমুগ্ধ ৰাজকোঁৱৰ চাউদাং ১ : মুচফিক হুছেইন চাউদাং ২ : ভাস্কৰ নাথ জয়মতী/জ্যোতি : মূৰ্চ্ছনা বৰুৱাপৰিচালক : ৰাহুল গুপ্তা সাংবাদিক : নিয়ৰ ডেকা বৰ্ণালী : বৰ্ণালী নাথ গিৰিয়েক / প্ৰবাল : প্ৰাঞ্জল প্ৰতিম মহন্ত

Listen "ক্ৰন্দসী (Krondoxi)"

More episodes of the podcast NE8 News Podcast