Listen "Creative Works from Northeast -Juri Borah Borgohain on Rajib Borah's novel Jaljah "
Episode Synopsis
Creative works from Northeast: In this special podcast series in English and Assamese, we bring you review, analysis and observation on creative works from India's Northeast. Novelist and short story writer Juri Borah Borgohain reviews Jaljah, an Assamese novel by Rajib Borah and published by Banalata in this maiden episode of this series. উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ নিজাইন আলোচনীৰ এই বিশেষ পডকাষ্টলানিত আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ উ্ত্তৰ-পূব ভাৰতৰ সৃষ্টিশীল কৰ্মৰ পৰ্যালোচনা, বিশ্লেষণ আৰু পৰ্যবেক্ষণ।এই অনুষ্ঠানটিৰ আৰম্ভণি হৈছে ঔপন্যাসিক, গল্পকাৰ জুৰি বৰা বৰগোহাঞিয়ে আন এগৰাকী কবি, ঔপন্যাসিক ৰাজীৱ বৰাৰ উপন্যাস ‘জলজাহ’ৰ বিষয়ে কৰা এটি পৰ্যালোচনাৰে। Music by Priyanuj Parashar, an aspiring flutist who likes to experiment with new flavours while continuously learning for the betterDownload NEZINE App to keep listening to NEZINE's podcast
More episodes of the podcast NEZINE's Podcast
জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
25/09/2025