Listen "জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি "
Episode Synopsis
জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি জুবিন গাৰ্গৰ গীতৰ শৰাই, কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই । ফটো- ভাস্কৰ দেৱ কোৱঁৰসংগীত- প্ৰভাত ৰাভা (বাঁহী), প্ৰসেনজিৎ বৰপূজাৰী (বেঞ্জো) A tribute to Music Legend Zubeen Garg by members of Jonak Cottonian Group comprising of 1984-86 batch of Cottonian. Concept and Script: Chittaranjan Ojah, Anchors: Dhrubajyoti Mahanta and Nabanita Bora. Photo: Bhaskar Dev KonwarMusic: Prabhat Rabha (Flute), Prosenjit Borpujari (Benjo) অনুষ্ঠানটিত অংশগ্ৰহণ কৰা জোনাকৰ সদস্যসকল : চিত্তৰঞ্জন ওজা: গল্পকাৰ, নিবন্ধকাৰনৱনীতা বৰা: অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক, ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটী মাণ্ডলিক কাৰ্যালয় ধ্ৰুৱজ্যোতি মহন্ত: স্থপতিবিদ, কবিৰূপম মহন্ত: মুখ্য মহাপ্ৰবন্ধক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, মুম্বাই, কণ্ঠশিল্পীনিলয় দাস: কণ্ঠশিল্পী, কাৰিকৰী উপদেষ্টা, নুমলীগড় শোধানাগাৰসৌমাৰ ৰাজখোৱা: সহযোগী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, প্ৰাগজ্যতিষ মহাবিদ্যালয়উৎপল বৰপূজাৰী: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সমালোচক উৎপল মেধি: অভিযন্তা, বয়লাৰ সমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়, গুৱাহাটী ড° পৰী হিলৈদাৰী: সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক, লেখক, সমালোচকড° সঙ্গীতা কাকতি: বিশিষ্ট কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালকডা° কবিন টুমুঙ: উপ চিকিৎসা অধীক্ষক, ই এছ আই এছ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বেলতলাজয়ন্ত মান্তা: সহযোগী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কবিদীপাঞ্জলি গগৈ: মুৰব্বী, কেমিকেল ইঞ্জিনিয়াৰিঙ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰী , কণ্ঠশিল্পীড° শ্বাশ্বতী চৌধুৰী: সমাজবিজ্ঞানী , গুৱাহাটী ত্ৰিদিব কলিতা: দিল্লী নিবাসী উদ্যোগী অভিযন্তা, এম্ ডি এফ্ এস্ ফৰ্মৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালক, কবিঅনিল শইকীয়া: কণ্ঠশিল্পী, জ্যেষ্ঠ পশু চিকিৎসক, গুৱাহাটীপ্ৰভাত ৰাভা: অধীক্ষক অভিযন্তা, শিৱসাগৰ, জলসম্পদ বিভাগ, অসমপ্ৰসেনজিৎ বৰপূজাৰী: উপ মহাপ্ৰবন্ধক, ই আই এল, যোধপুৰ সুশান্ত তালুকদাৰ: সম্পাদক, নিজাইন Support the showDownload NEZINE App to keep listening to NEZINE's podcast