অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ

17/09/2025 33 min
অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ

Listen "অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ "

Episode Synopsis

অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক  মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা Plain Facts...তথ্যৰে যুক্তি শীৰ্ষক বক্তৃতালানিৰ বিশিষ্ট বুদ্ধিজীৱি আৰু সমাজ বিজ্ঞানী প্ৰফেছাৰ উদয়ন মিশ্ৰই ১৪ ছেপ্টেম্বৰ, ২০২৫ত আগবঢ়োৱা বক্তৃতা । বক্তৃতাৰ বিষয়- জাতীয়তাবাদ, ইয়াৰ সমস্যা আৰু সীমাবদ্ধতা : অসমৰ প্ৰেক্ষাপটত । বক্তৃতালানিৰ আঁত ধৰোতা - বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী । NEZINE podcast: Sixth of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent intellectual and social scientist Professor Udayon Misra on the topic: Nationalism and its Faultlines: The Assamese Experience. "Assamese nationalism has always been confined to the Brahmaputra valley," says Prof. Misra in his lecture delivered in Assamese[22.18-22.23].Lecture series moderated by Arindam BarkataktiMusic: Priyanuj ParasarSupport the showDownload NEZINE App to keep listening to NEZINE's podcast

More episodes of the podcast NEZINE's Podcast