NEZINE's Podcast Por: NEZINE NEZINE's Podcast is the audio bridge to India's Northeast 64 episodios disponibles Latest episodes of the podcast NEZINE's Podcast Mostrando página 2 de 4 উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা 14/09/2023 উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ :‘প্ৰকৃতিৰ জমাদাৰ’ গ্ৰন্থখনৰ বিষয়ে মানসী গোস্বামীয়ে কৰা এটি আলোচনা 22/08/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : ডo হীৰেণ গোহাঁইৰ শংকৰদেৱ চৰ্চাৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰে কৰা এটি আলোচনা 17/08/2023 উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ : অৰূপ শাণ্ডিল্যৰ 'অসমৰ কৃষি'ৰ বিষয়ে ৰত্না ভৰালী তালুকদাৰৰ আলোচনা 22/07/2023 অনুপমা বৰগোহাঁইৰ ‘শ্যামকানু দূৰৈ হৈ নাযাবা’ শীৰ্ষক উপন্যাসখনিৰ বিষয়ে বিদিশা দত্তই কৰা এটি আলোচনা 14/07/2023 উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ অসমৰ প্ৰথমগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্ট পুলক গগৈৰ কৰ্মৰাজিৰ বিষয়ে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ এটি আলোকপাত 22/05/2023 জনপ্ৰিয় শিশু গ্ৰন্থৰ অসমীয়ালৈ অনুবাদ: নেচনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া আৰু মৌচাকৰ উদ্যোগত আয়োজিত অনুবাদ কৰ্মশালাৰ বিষয়ে লেখক, অনুবাদক আশাদীপা শইকীয়াৰ আলোকপাত 13/05/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ : জুৰি বৰা বৰগোহাঞিৰ উপন্যাস -লিড’লামৰ বিষয়ে অনুপমা বৰগোহাঁইয়ে কৰা এটি আলোচনা 04/05/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মুনমী দত্ত হাজৰিকাৰ গ্ৰন্থ ‘তেজস্বী পঞ্চৰত্ন’ৰ বিষয়ে গোবিন কুমাৰ খাউণ্ডে কৰা আলোচনা 28/04/2023 গুৱাহাটী মহানগৰীৰ এটি বিশেষ সামুহিক পুথিভঁৰাল 20/04/2023 কেইটিমান চিৰসেউজ গীতেৰে সজোৱা এখনি সংগীতালেখ্য 17/04/2023 NEZINE podcast on books: Seeds and Food Sovereignty-Eastern Himalayan Experiences 13/04/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: বিদিশা দত্তৰ শিশু উপন্যাস- 'সোণপৰুৱাৰ দেশ'ৰ বিষয়ে দ্যা এড্জৰ সম্পাদক মানসী গোস্বামীয়ে কৰা এটি আলোচনা 01/04/2023 Creative works from Northeast: Poet Nupur Hazarika reviews eminent litterateur Temsula Ao’s poetry collection – Songs, Along the Way Home 31/03/2023 উত্তৰ-পূবৰ সৃষ্টিশীল কৰ্মঃ বিশিষ্ট নাট্যশিল্পী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাই নাটকক মানুহৰ কাষ চপাই নিয়াৰ প্ৰয়াসৰ বিষয়ে তৰুণ গল্পকাৰ, নাট্যকৰ্মী স্ৰোতস্বিনী তামুলীয়ে কৰা এটি আলোচনা 25/03/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ:লোপামুদ্ৰা ভট্টাচাৰ্যৰ উপন্যাস -জীৱন, ভ্ৰমণ আৰু অনুৰণন ৰ বিষয়ে লেখক লক্ষ্মী সন্দিকৈয়ে কৰা এটি পৰ্যালোচনা 24/03/2023 জ্যাম্ফি মুঙৰ সাধু -এটি লেপচা সাধুকথা 20/03/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ডo যতীন মিপুনৰ দ্বাৰা সম্পাদিত কাতিবিহুৰ ৰূপৰেখাৰ বিষয়ে ডo ৰাজশ্ৰী হাজৰিকাই কৰা এটি পৰ্যালোচনা 18/03/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: মল্লিকা হাজৰিকাৰ গল্প সংকলন একচল্লিশৰ বিষয়ে বিদিশা দত্তই কৰা এটি পৰ্যালোচনা 15/03/2023 উত্তৰ-পূবৰ সাহিত্য আৰু সমাজ: ড০ ৰক্তিম ৰঞ্জন শইকীয়াৰ গ্ৰন্থ- প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাসৰ বিষয়ে মনস্বিনী মহন্তই কৰা এটি পৰ্যালোচনা 07/03/2023 « Primera ‹ Anterior 1 2 3 4 Siguiente › Última » Share Facebook Twitter LinkedIn