উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা

14/09/2023 10 min
উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা

Listen "উত্তৰ-পূব ভাৰতৰ গ্ৰন্থ: দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে ড০ অংকুমনি দাসে কৰা এটি আলোচনা"

Episode Synopsis

উত্তৰ-পূব ভাৰতৰ  গ্ৰন্থ: বিশিষ্ট গল্পকাৰ আৰু উপন্যাসিক দেৱব্ৰত দাসৰ উপন্যাস -'কড়ি খেলাৰ সাধু'ৰ বিষয়ে  সাহিত্য সমালোচক ড০ অংকুমনি দাসে কৰা এটি আলোচনা। উপন্যাসখনৰ প্ৰকশক প্ৰজ্ঞা মিডিয়াহাইপ ।  সংগীত-প্রিয়ানুজ পৰাশৰ  Books from Northeast: A review of eminent short story writer and novelist Devabrat Das's  novel Korhi Khelar Xadhu  ( Publisher: Pragya Mediahype)  by literary critic Dr Ankumani Das. Music: Priyanuj Parashar. Support the showDownload NEZINE App to keep listening to NEZINE's podcast

More episodes of the podcast NEZINE's Podcast