Namghar: A living cultural repository of Assam

19/07/2019 18 min Episodio 2
Namghar: A living cultural repository of Assam

Listen "Namghar: A living cultural repository of Assam"

Episode Synopsis

Namghar is a unique prayer house in Assam in which apart from daily prayer services, villagers also get together for organising various cultural programmes and practice sessions of singing, dancing and drama throughout the year. Through these programmes and practice sessions, the villagers have kept preserved the rich cultural traditions initiated by Srimanta Sankardeva and his chief disciple Madhavdeva. The sounds of the cymbals, the percussion instrument, khol, flute make the entire ambience soothing to the ears. At the same time, the rhythmic movements of the performers turn the prayer house into a cultural arena.This is the second episode of a special podcast on Namghar, a unique institution of Assam.  produced and hosted by Abhilash Bapanasha, a student of M. A. (3rd Semester) at the Department of Mass Communication and Journalism, Tezpur University as part of his Summer Internship at NEZINE. Music- Priyanuj ParasarSpecial thanks to Puranimati Bhakatgaon Namghar and Nathgaon Namghar, Dergaon, Borbayan Niranjan Bora, Shivo Hazarika, Priyodarshan Borah, Hironmoy Nath, Bishal Nath, Diganta Bora, Utpal Nath.নামঘৰ - অসমৰ এক জীৱন্ত সংগ্ৰহালয়  দৈনিক উপাসনাৰ উপৰিও গাঁৱৰ লোকসকলে নামঘৰত গোট খায় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে গীত, নৃত্য, নাট আদিৰ আখৰা কৰিবলৈ। এই অনুষ্ঠানবোৰৰ পালন  আৰু আখৰাৰ মাজেৰেই শ্ৰীমন্ত সংকৰদেৱ আৰু তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱৰ বৰ্ণাঢ্য সৃষ্টিৰাজি নামঘৰৰ মজিয়াত নজহা-নপমাকৈ চৰ্চা আৰ সংৰক্ষিত হৈ আহিছে।  খোল-তাল-বাঁহীৰ মাতে গোটেই পৰিবেশ গমগমাই যায়। ইয়াৰ লগে লগে পাৰদৰ্শী কুশলীসকলে গতি কৰা লয় আৰু ছন্দত  গোটেই নামঘৰটো মুহূৰ্ততে এক সাংস্কৃতিক ক্ষেত্ৰলৈ পৰিণত হৈ পৰে।   অসমৰ এক অনন্য অনুষ্ঠান নামঘৰৰ ওপৰত প্ৰস্তুত কৰা এলানি পডকাষ্ট অনুষ্ঠানৰ এয়া দ্বিতীয়টি খণ্ড। তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ  তৃতীয় ষান্মাষিকৰ ছাত্ৰ অভিলাস বাপানচাই তেওঁৰ গ্ৰীষ্মকালীন শিক্ষানবিচীৰ অংশ হিচাপে নিজাইন আলোচনীৰ বাবে এই পডকাষ্ট প্ৰস্তুত কৰিছে ।  সংগীত – প্ৰিয়ানুজ পৰাশৰ  বিশেষ কৃতজ্ঞতা- দেৰগাৱঁৰ পুৰণিমাটি ভ­­কতগাওঁ নামঘৰ আৰু নাথগাওঁ নামঘৰ, বৰবায়ন নিৰঞ্জন বৰা, শিৱ হাজৰিকা, প্ৰিয়দৰ্শন বৰা, হিৰন্ময় নাত, বিশাল নাত, দিগন্ত বৰা, উৎপল নাথ। Support the showDownload NEZINE App to keep listening to NEZINE's podcast

More episodes of the podcast NEZINE's Podcast