"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া

13/01/2025 1h 37min
"অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া

Listen ""অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"- বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়া"

Episode Synopsis

নিজাইন পডকাষ্ট: মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা "Plain Facts... তথ্যৰে যুক্তি" শীৰ্ষক বক্তৃতালানিৰ  প্ৰথম বক্তৃতা l  বিষয় - 'স্বৰাজোত্তৰ অসমৰ ৰাজনৈতিক ইতিহাস' বক্তা: বিশিষ্ট ইতিহাসবিদ ড: ৰাজেন শইকীয়াবক্তৃতালানিৰ আঁত ধৰোঁতা- অৰিন্দম বৰকটকী ভাষণ প্ৰসংগত তেখেতে কয়: "অসম আন্দোলনৰ মাজেৰে এনে এজন নেতা আমি নাপালোঁ, যাক আমি বন্দনা কৰিব পাৰোঁ"  NEZINE podcast: First of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent Historian Rajen Saikia on the topic: "Assam's post Independent political history." "Assam Movement failed to produce a leader whom we can eulogize" says the eminent Historian in his lecture delivered in Assamese. Lecture series moderated by Arindam BarkataktiMusic: Priyanuj ParasarPhoto credit : Ratna Bharali Talukdar Support the showDownload NEZINE App to keep listening to NEZINE's podcast

More episodes of the podcast NEZINE's Podcast